Our Director

Our Director

Mr. Binoy Boruah, Director of Vidaya Skill Academy

Mr. Binoy Boruah

At Vidaya Skill Academy, we believe that skill-based education is the foundation of empowerment and progress. With years of experience in education and training, our mission is to equip youth with practical knowledge, discipline, and career-oriented skills that prepare them for success in life. Guided by the frameworks of NSDC, NCVET, and Skill India, we focus on quality, employability, and industry relevance—especially in the healthcare sector. Together, we aim to build a confident and skilled generation ready to serve society with excellence.

– Mr. Binoy Boruah
Managing Director, Vidaya Skill Academy


ভিদয়া স্কিল একাডেমীৰ পৰিচালকৰ বাৰ্তা

ভিদয়া স্কিল একাডেমীত, আমি বিশ্বাস কৰোঁ যে দিক্ষণভিত্তিক শিক্ষা হৈছে ক্ষমতায়ন আৰু উন্নয়নৰ আধাৰ। শিক্ষা আৰু প্ৰশিক্ষণ ক্ষেত্ৰত দীঘল অভিজ্ঞতাৰ সৈতে, আমাৰ উদ্দেশ্য হৈছে যুৱসমাজক ব্যৱহাৰিক জ্ঞান, শৃংখলাবদ্ধতা আৰু পেচাভিত্তিক দক্ষতা প্ৰদান কৰা, যাতে তেওঁলোকে জীৱনত সফলতা অর্জন কৰিব পাৰে। NSDC, NCVET আৰু Skill India-ৰ নির্দেশনা অনুসৰি, আমি গুণমান, নিয়োগযোগ্যতা আৰু উদ্যোগ-প্ৰাসংগিক প্ৰশিক্ষণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰো, বিশেষকৈ হেল্থকেৰ ক্ষেত্ৰত। একেলগে, আমি এটা আত্মবিশ্বাসী আৰু দক্ষ প্ৰজন্ম গঢ়ি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

– মিঃ বিনয় বৰুৱা
ম্যানেজিং ডাইৰেক্টৰ, ভিদয়া স্কিল একাডেমী